আজিৰ ৰাশিফল

pc- disha news india

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আঘোণ মাহৰ ৩ তাৰিখ শনিবাৰ , ইংৰাজী ২০ নৱেম্বৰ |
কৃষ্ণ পক্ষ, প্ৰতিপদ তিথি, ৰাতি ৫/৪/৫৪মি. পৰা কৃষ্ণ পক্ষ, দ্বিতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৫/৪৯/২৩ মি.
সূৰ্য্যোস্থয় = ৪/২৮/৩০ মি.

জন্মতঃ= বৃষ ৰাশি (ই, উ, ব), শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, মনুষ্য গন, সৰ্পৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, ভাল কল দান, অধিপতি গ্ৰহ — বৃহস্পতি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= কোমোৰা খোৱা নিষেধ , ৰাতি তিতা খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = ৰাজ শত্রু ভয় দেখা গৈছে |
বৃষ = গৃহ অশান্তিত ভুগিব পাৰে |
মিথুন = বন্ধুৰ সহায় লাভ কৰিব পাৰে |
কৰ্কট = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
সিংহ = মানসিক উতসাহ হ্ৰাস হব |
কন্যা = দুৰ ভ্ৰমণত সফল হব |
তুলা = দেহ পীড়াই মনত কষ্ট দিব |
বৃশ্চিক = অৰ্থৰ আগমন বৃদ্ধি হব |
ধনু = সঞ্চয় বৃদ্ধি হোৱাৰ যোগ আছে |
মকৰ = সু – কাৰ্য্যদক্ষতা দেখা যায় |
কুম্ভ = দূৰ যাত্রাত বিঘিনি ঘটাব পাৰে |
মীন = জটিল সমস্যাৰ সমাধান ঘটিব |