আজিৰ ৰাশিফল

pc India.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১৯ তাৰিখ শনিবাৰ , ইংৰাজী ৬ নৱেম্বৰ |
শুক্লা পক্ষ, দ্বিতীয় তিথি, ৰাত্রি ৭/৪৪/৪৭মি. পৰা তৃতীয় তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৯/৩৫ মি.
সূৰ্য্যোস্থয় = ৪/৩৪/২৯ মি.

জন্মতঃ= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰ বৰ্ন, বৰুণ যোগ, দেৱ গন, হৰিণাৰ অস্থি ||

আদ্যঋতু হলে ঃ= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক”লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ — শনি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ= তিতা খোৱা নিষেধ, ৰাত্রি পটল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = সমস্যাৰ সমাধান কৰিব পাৰিব |
বৃষ = মনত হতাশাই আমনি কৰিব |
মিথুন = ভ্ৰমণত কষ্ট ভোগ কৰিব |
কৰ্কট = মনৰ আশা পূৰন হব |
সিংহ = আৰ্থিকভাৱে অৱনতি ঘটিব পাৰে |
কন্যা = কোনো উতসৱত যোগান কৰা দেখা যায় |
তুলা = উৎকৃষ্ট খাদ্য ভোগ কৰিব পাৰিব |
বৃশ্চিক = সামাজিক মান, সন্মান বৃদ্ধি হোৱা দেখা যায় |
ধনু = নতুন কৰ্ম প্ৰতিষ্ঠা লাভ কৰিব |
মকৰ = কৰ্মত পৰিবৰ্তন অাহিব পাৰে |
কুম্ভ = আধ্যাত্মিক জ্ঞান লাভ কৰিবলৈ সুযোগ লাভ কৰিব |
মীন = অৰ্থ লাভ কৰা দেখা যায় |