আজিৰ ৰাশিফল

pc News18

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ১২ তাৰিখ শনিবাৰ , ইংৰাজী ৩০ অক্টোবৰ |
কৃষ্ণা পক্ষ, নৱমী তিথি, পুৱা ২/৪৩/২০ মি. পৰা দশমী তিথি ||
* *
সূৰ্য্যোদয় = ৫/৩৪/৫২ মি.
সূৰ্য্যোস্থয় = ৪/৩৮/২১ মি.

জন্মতঃ= কৰ্কট ৰাশি (ড, হ) বিপ্ৰ বৰ্ন, বায়ু যোগ, দেৱাৰি গন, বৰাহৰ অস্থি, দিনৰ ১২/৫২/৫৫ মি. পৰা সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱাৰি গন, বান্দৰৰ অস্থি ||

আদ্যঋতু হলে = কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি–দুগ্ধ দান, অধিপতি গ্ৰহ — বুধ আৰু চন্দ্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ লাউ খোৱা নিষেধ, দিনৰ ২/৪৩/২০ মি. পৰা কলমৌ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = আত্মীয়ৰ আগমন ঘটিব |
বৃষ = বন্ধুৰ পৰা সহায় লাভ কৰিব |
মিথুন = ঘৰত অশান্তি হোৱা দেখা যায় |
কৰ্কট = সমস্যাৰ সমাধান ঘটিব |
সিংহ = কাৰ্য্য সিদ্ধি লাভ কৰিব |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = সাধাৰণ ভাৱে আঘাত পাৱ পাৰে |
বৃশ্চিক = ভোজন বিলাস দেখা যায় |
ধনু = ভ্ৰমণ যোগ চলিছে |
মকৰ = গৃহ বিবাদ ঘটিব পাৰে |
কুম্ভ = বন্ধু ক্লেশ ঘটিব পাৰে |
মীন = সমস্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে |