আজিৰ ৰাশিফল

pc Pinkvilla

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি কাতি মাহৰ ৫ তাৰিখ শনিবাৰ , ইংৰাজী ২৩ অক্টোবৰ |
শুক্ল পক্ষ , কৃষ্ণা পক্ষ, তৃতীয় তিথি |
* *
সূৰ্য্যোদয় = ৫/৩০/৫৮ মি.
সূৰ্য্যোস্থয় = ৪/৪৪/২৮ মি.

জন্মতঃ= বৃষ ৰাশি (ব, ই, উ) শূদ্ৰ বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, মাহেন্দ্ৰ যোগ, দেৱাৰী গন, মেষৰ অস্থি ||

আদ্যঋতু হলে = পতিহিতা যোগ, ৭ দিনীয়া ব্ৰত, কল দান, অধিপতি গ্ৰহ — বৃহস্পতি || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ পটল খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = মানসিক অশান্তিত ভুগিব লগা হব পাৰে |
বৃষ = যাত্রাত জয় লাভ কৰিব |
মিথুন = মনত নতুন আশাৰ সঞ্চাৰ হব |
কৰ্কট = মান / সন্মান হানি হোৱাৰ সম্ভাৱনা আছে |
সিংহ = কৰ্মত কৃতকাৰ্যতা লাভ কৰিব |
কন্যা = গৃহ অশান্তি বৃদ্ধি হব |
তুলা = অধিক ব্যয়ৰ সন্মুখীন হব পাৰে |
বৃশ্চিক = কাৰ্য্য সিদ্ধি লাভ কৰিব |
ধনু = দুঃসংবাদ পাব পাৰে |
মকৰ = সম্পত্তি লাভ কৰিব পাৰিব |
কুম্ভ = বিপদৰ পৰা ৰক্ষা পাব |
মীন =সু–সংবাদ লাভ কৰিব |