আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||
আজি কাতি মাহৰ ২ তাৰিখ বুধবাৰ , ইংৰাজী ২০ অক্টোবৰ |
শুক্ল পক্ষ , পূৰ্ণিমা তিথি, ৰাতি ৮/২৬/২৮ মি. পৰা কৃষ্ণা প্ৰতিপদ তিথি |
* *
সূৰ্য্যোদয় = ৫/২৮/৫৪ মি.
সূৰ্য্যোস্থয় = ৪/৪৭/৪৩ মি.
জন্মতঃ= মীন ৰাশি (দ, চ) বিপ্ৰ বৰ্ন, অগ্নি যোগ, দেৱ গন, হাতীৰ অস্থি | দিবা ২/২/২৫ মি. পৰা মেষ ৰাশি (অ, ল), ক্ষত্রিয় বৰ্ন, মাহেন্দ্ৰ যোগ, দেৱ গন, ঘোঁৰাৰ অস্থি ||
আদ্যঋতু হলে = দুঃশিলা যোগ, ৪৫ দিনীয়া ব্ৰত, ক”লা পাৰ চৰাই দান , অধিপতি গ্ৰহ — ৰাহু–কেতু | _ _ _ _
ভক্ষ্যাভক্ষ্যঃ আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম ব্যস্ততা বৃদ্ধি হব |
বৃষ = সন্মান লাভ কৰিব পাৰিব |
মিথুন = মনৰ আশা ভংগ হব |
কৰ্কট = শুভ সংবাদ লাভ কৰিব |
সিংহ = ধনৰ আগমন বৃদ্ধি হব |
কন্যা = অপযশ পোৱাৰ যোগ আছে |
তুলা = সঞ্চয় বৃদ্ধি কৰিব পাৰিব |
বৃশ্চিক = আত্মীয়ৰ আগমন ঘটিব |
ধনু = ন্যাৰ্যপ্ৰাপ্তিৰ যোগ আছে |
মকৰ = মনত এলাহ বৃদ্ধি হব |
কুম্ভ = উৎসাহ হীনতাত ভূগিব |
মীন = বন্ধুৰ আগমন ঘটিব |