আজিৰ ৰাশিফল

pc- Disha News

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ২৬ তাৰিখ বুধবাৰ , ইংৰাজী ১৩ অক্টোবৰ |
শুক্ল পক্ষ , অষ্টমী তিথি, ৰাতি ৮/৭/২৫ মি. পৰা নৱমী তিথি |
* *
সূৰ্য্যোদয় = ৫/২৫/১৩ মি.
সূৰ্য্যোস্থয় = ৪/৫৩/২৭ মি.

জন্মতঃ= ধনু ৰাশি (ভ, ধ, ফ), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বৰুণ যোগ, মনুষ্য গন, গন্ধৰ্ব অস্থি, পুৱা ১০/১৯/১৯ মি. পৰা গৰুৰ অস্থি ||

আদ্যঋতু হলে= পতিহিনা যোগ, ৯০ দিনীয়া ব্ৰত, ক’লা গৰু বা ছাগলী দান, অধিপতি গ্ৰহ _ শনি, পুৱা ১০/১৯/১৯ মি. পৰা সুভগা যোগ, ৭ দিনীয়া ব্ৰত, চানাৰ মিঠাই দান, অধিপতি গ্ৰহ _ শুক্ৰ || _ _ _ _
ভক্ষ্যাভক্ষ্যঃ . নাৰিকল আৰু আমিষ খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্ম প্ৰাপ্তিৰ সুন্দৰ যোগ আছে |
বৃষ = কনিষ্ঠৰ লগত মনোমালিন্য ঘটিব পাৰে |
মিথুন = জ্ঞান লাভ কৰিবলৈ সুযোগ পাব |
কৰ্কট = মান, যশ আদি বৃদ্ধি হব |
সিংহ = কৰ্মত জটিলতা বৃদ্ধি হোৱা দেখা যায় |
কন্যা = ঘৰুৱা উন্নতিৰ যোগ চলিছে |
তুলা = কাৰোবাৰ পৰা ক্ষতি হোৱা দেখা যায় |
বৃশ্চিক = সামাজিক সুখ লাভ কৰিব |
ধনু = সৰুৰ পৰা সহায় লাভ কৰিব |
মকৰ = অৰ্থৰ আগমন ৰোধ হব পাৰে |
কুম্ভ = পদ মৰ্যদা লাভ কৰিবলৈ সক্ষম হব |
মীন = অধিক ব্যয়ৰ সন্মুখীন হব পাৰে |