আজিৰ ৰাশিফল

pc Horoscope Today

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041 , 9854200799 ||

আজি আহিন মাহৰ ১৬ তাৰিখ ৰবিবাৰ , ইংৰাজী ৩ অক্টোবৰ |
কৃষ্ণ পক্ষ , দ্বাদশী তিথি ||
**
সূৰ্য্যোদয় = ৫/২০/২১ মি.
সূৰ্য্যোস্থয় = ৫/৩/৫৪ মি.

জন্মত= সিংহ ৰাশি (ম, ট), ক্ষত্রিয় বৰ্ন মতান্তৰে বৈশ্যবৰ্ন, বায়ু যোগ, দেৱাৰি গন, বান্দৰৰ অস্থি |

আদ্যঋতু হলে= কান্তা যোগ, ৭ দিনীয়া ব্ৰত, দধি_দুগ্ধ দান, অধিপতি গ্ৰহ চন্দ্ৰ _বুধ | _ _ _ _
*ভক্ষ্যাভক্ষ্যঃ* . পূৰৈ শাক খোৱা নিষেধ || _ _ _ _ _ _
আজিৰ ৰাশিফলঃ =
মেষ = কৰ্মৰ পৰিবৰ্তন হব পাৰে |
বৃষ = সমস্যা সমাধান কৰিবলৈ সক্ষম হব |
মিথুন = আলহীৰ আগমন ঘটিব |
কৰ্কট = দায়িত্ব বৃদ্ধি হোৱাৰ যোগ আছে |
সিংহ = জ্ঞান লাভ কৰিবলৈ সক্ষম হব |
কন্যা = মনত হতাশাই আমনি কৰিব |
তুলা = এলাহ বৃদ্ধি হোৱাৰ যোগ আছে |
বৃশ্চিক = ভ্ৰমণৰ বাবে যোগাযোগ হব |
ধনু = সময়ত বুদ্ধি ভ্ৰষ্ট হোৱা দেখা যায় |
মকৰ = মনৰ আশা ত্যাগ কৰিব লগীয়া হব |
কুম্ভ = মানসিক দুঃচিন্তা বৃদ্ধি হব |
মীন = শত্রু হানি হোৱাৰ যোগ চলিছে |