আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||
আজি ভাদ মাহৰ ২৩ তাৰিখ শুক্ৰবাৰ , ইংৰাজী ৯ চেপ্তেম্বৰ |
শুক্লা পক্ষ , চতুৰ্দশী তিথি ||
*
ভক্ষ্যাভক্ষ্যঃ= আমিষ খোৱা নিষেধ ||
আজিৰ ৰাশিফলঃ =
মেষ = সম্পদ বৃদ্ধি হব |
বৃষ = বিপৰীত লিংগৰ সহাঁৰি লাভ কৰিব |
মিথুন = সামাজিক সুখ লাভ কৰিব |
কৰ্কট = পুৰণি বন্ধু লাভ কৰিব |
সিংহ = অযথা ব্যয় বৃদ্ধি হব |
কন্যা = মনৰ অস্থিৰতা বৃদ্ধি হব |
তুলা = কৰ্মত জটিলতা দেখা দিব |
বৃশ্চিক = মানসিক উদ্বেগ বৃদ্ধি হব |
ধনু = কৰ্মত সাফল্য হব |
মকৰ = মানসিক অশান্তি দেখা যায় |
কুম্ভ = বিবাদত ক্ষতি হব |
মীন = অযথা মন বিদ্ৰোহী হব |