আজিৰ ৰাশিফল

Pc marca

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
আপোনাৰ ঘৰুৱা অশান্তি, শিক্ষা/ চাকৰি সমস্যা, বিবাহ বিলম্ব আদি সমাধানৰ বাবে শীঘ্ৰে লগ কৰক ||
যোগাযোগ = 9101835041 , 9854200799 ||

আজি শাওঁন ৩ মাহৰ তাৰিখ মংগলবাৰ , ইংৰাজী ২০ জুলাই |
কৃষ্ণ পক্ষ, সপ্তমী তিথি ||
* *
সূৰ্য্যোদয় = ৪/৪৫/৩৩ মি.
সূৰ্য্যোস্থয় = ৬/১২/৩১ মি.

জন্মতঃ= মীন ৰাশি (দ, চ), অগ্নি যোগ, বিপ্ৰবৰ্ন, মানৱ গন, গৰুৰ অস্থি |

আদ্যঋতু হলে ঃ= দু:শীলা যোগ, ৪৫ দিনীয়া ব্ৰত, কলা পাৰ চৰাই এযোৰ দান দান, অধিপতি গ্ৰহ – ৰাহু,কেতু |

 

ভক্ষ্যাভক্ষ্যঃ=তাল খোৱা নিষেধ ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক অশান্তি |
বৃষ =ভয় বৃদ্ধি |
মিথুন =সামাজিক প্ৰতিষ্ঠা |
কৰ্কট = সমস্যা বৃদ্ধি |
সিংহ = অভিমান খং |
কন্যা =শুভ সংবাদ |
তুলা = বন্ধুৰ সহায় |
বৃশ্চিক = পুৰণি মিত্ৰ লাভ |
ধনু = আত্মীয় বিৰোধ |
মকৰ = নিৰাশা বৃদ্ধি |
কুম্ভ = মানসিক দুঃচিন্তা |
মীন = অযথা ব্যয় |