আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ

Pc-astropraveen.com

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি আহাৰ মাহৰ ৯ তাৰিখ বৃহস্পতিবাৰ , ইংৰাজী ২৪ জুন |
শুক্লাপক্ষ, পূৰ্ণিমা তিথি |

সূৰ্য্যোদয় = ৪/৩৬/৫৭ মি.
সূৰ্য্যোস্থয় = ৬/১৫/২ মি.

জন্মত= বৃশ্চিক ৰাশি (ন, য), বিপ্ৰবৰ্ন, বৰুণ যোগ, দেৱাৰী গন, হৰিণৰ অস্থি || পুৱা ৯/১১/৫৯মি. পৰা ধনু ৰাশি (ভ, ধ, ফ) , ক্ষত্রিয় বৰ্ন, বৰুণ যোগ, দেৱাৰী গন, গন্ধৰ্বৰ অস্থি ||

আদ্যঋতু হলে= পতিহীনা যোগ, ৯০ দিনীয়া ব্ৰত, ক”লা গৰু বা ছাগলী দান ||

আজিৰ ৰাশিফলঃ =

মেষ = মানসিক ভাৱে অশান্তি পাব |
বৃষ = অনাহকত মনত ভয় বৃদ্ধি পাব |
মিথুন = সামাজিক ভাবে প্ৰতিষ্ঠিত হব পাৰিব |
কৰ্কট = সমস্যা বৃদ্ধিৰ বাবে মনত অশান্তি পাব |
সিংহ = খং আৰু অভিমানৰ বাবে ক্ষতি হব পাৰে |
কন্যা = শুভ সংবাদ লাভ কৰিব |
তুলা = বন্ধুৰ সহায় পাব |
বৃশ্চিক = পুৰণি মিত্ৰক লগ পাব |
ধনু = আত্মীয়ৰ লগত মনোমালিন্য ঘটিব |
মকৰ = মনত নিৰাশা ভাব বৃদ্ধি হব |
কুম্ভ = মানসিক দুঃচিন্তাই হতাশ কৰিব |
মীন = অযথা ব্যয় বৃদ্ধি হব |