আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ || যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজিৰ ৰাশিফল -বিশুদ্ধ পূৰ্ণাঙ্গ পঞ্জিকাৰ মুখ্য গাণনিক জ্যোতিষ শ্ৰীসূৰ্য্য, জ্যোতিষ সম্ৰাট শ্ৰীসুৱল শৰ্মা দেৱ ||
যোগাযোগৰ বাবে = 9101835041, 9854200799 ||

আজি জেঠ মাহৰ ৮ তাৰিখ ৰবিবাৰ, ইংৰাজী ২৩ মে | শুক্লাপক্ষ, একাদশী তিথি, পুৱা ৬/৪২/৪০ মি. পৰা দ্বাদশী তিথি |

সূৰ্য্যোদয় = ৪/৩৭/২৭ মি.
সূৰ্য্যোস্থয় = ৬/৩/৩১ মি.

জন্মত= কন্যা ৰাশি, দেৱগন, শূদ্ৰবৰ্ন, বায়ু যোগ, মহিষৰ অস্থি ||

আদ্যঋতু হলে= ১৫ দিনীয়া বেশ্যা যোগ |

আজিৰ ৰাশিফলঃ =

মেষ= আনৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা বেছি |
বৃষ = মানসিক শান্তি লাভ কৰিব |
মিথুন = আপোনাৰ প্ৰাপ্যত বাধা আহিব |
কৰ্কট = সত বন্ধু লাভ কৰিবলৈ সক্ষম হব |
সিংহ= ভ্ৰমণ যোগ আছে |
কন্যা = নতুন যোগাযোগ লাভ কৰিব |
তুলা = মনৰ আশা পূৰন হোৱাৰ যোগ |
বৃশ্চিক = মনৰ আশা ভংগ হব |
ধনু = কাৰ্য্য সিদ্ধিয়ে মনত আনন্দ দিব |
মকৰ= হঠাৎ মুল্যবান দ্ৰব্য লাভ কৰিব |
কুম্ভ = আপোনাৰ ভ্ৰমণত শুভ দেখা যায় |
মীন = শুভ সংবাদ লাভে মনত আনন্দ দিব