অসম বিধান সভাৰ বিশেষ অধিবেশন স্থগিত

pc- assambidhansabha.org

অসম বিধান সভাৰ বিশেষ অধিবেশন স্থগিত

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধান সভা সচিবালয়ে এক অধিসূচনা যােগে জনাইছে যে, অসম বিধান সভাৰ বিশেষ অধিবেশন যােৱা ১৭ আগষ্ট, ২০২২ তাৰিখে অনুষ্ঠিত হােৱা বৈঠকৰ অন্তত স্থগিত ৰখা হয়।