অসম চৰকাৰৰ ১০ বছৰীয়া প্ৰতিভূতি জমা (Security) ৰ নিলাম

PcWikipedia

অসম চৰকাৰৰ ১০ বছৰীয়া প্ৰতিভূতি জমা (Security) ৰ নিলাম

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰে মুঠ প্রায় ৮০০ কোটি টকাৰ (প্ৰত্যক্ষ মূল্য)ৰ প্রতিভূতি জমা বিক্ৰীৰ বাবে আগবঢ়াইছে। অহা ২৫ অক্টোবৰ, ২০২২ তাৰিখ মঙলবাৰে বহু তৰপীয়া মূল্যৰ প্ৰ-পত্ৰৰ অধীনত এই মূল্য উদ্‌ভূত নিলাম ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ‘ক’ ৰ বেংকিং চল্যুচন’ (e-Kuber)ত অনুষ্ঠিত হ’ ব অধিক তথ্যৰ বাবে ৰিজাৰ্ভ বেংকৰ ৱেবচাইট :www.rbi.org.inত ২০ অক্টোবৰ, ২০২২ তাৰিখে প্ৰকাশিত প্ৰেছ বিজ্ঞপ্তি চাব পাৰে ।