অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত

Pc- facebook

অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়। কেবিনেট বৈঠকত পেঞ্চন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ বাবে কৃতজ্ঞতা প’ৰ্টেলৰ ব্যৱহাৰ, পেঞ্চন সেৱা কেন্দ্ৰ স্থাপনৰ উপৰি ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয়ৰ বাবে অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডলৈ কাৰ্যকৰী মূলধন প্ৰদান, লাভলীনা বৰগোহাঁইক আৱেক্ষাধীনভাৱে উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান, বন বিভাগৰ ফ্ৰণ্টলাইন কৰ্মচাৰীৰ বাবে ইউনিফৰ্ম প্ৰদান আদিকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।