অসমৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰ হৃদয় হাজৰিকাৰ সফলতা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰ হৃদয় হাজৰিকাৰ সফলতা। ৬৫ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ শ্বুটিঙত ৰূপৰ পদক লাভ কৰে হৃদয় হাজৰিকাই। ১০ মিটাৰ ৰাইফল শ্বুটিঙত সফলতা অৰ্জন কৰে হৃদয় হাজৰিকাই। থিৰুৱনন্তপুৰমত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় ছিনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপ।