অমৃতসৰত শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা

Pc tribune india

অমৃতসৰত শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে বিয়লি অমৃতসৰত গোপাল মন্দিৰৰ বাহিৰত ধৰ্ণাত বহি ডাষ্টবিনত দেৱতাৰ মূৰ্তি পোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতেই শিৱসেনাৰ নেতা সুধীৰ সুৰীক গুলীয়াই হত্যা কৰে। ভিৰৰ মাজৰ পৰা কোনো অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ ওপৰত গুলীচালনা কৰিছিল। গুৰুতৰ অৱস্থাত সুধীৰ সুৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ মৃত্যু হয়। য