অভিনেতা কমল হাছানৰ অভিনীত ‘বিক্ৰম’ বিশ্বব্যাপী ১০০ কোটি উপাৰ্জন 

pc Business Standard

অভিনেতা কমল হাছানৰ অভিনীত ‘বিক্ৰম’ বিশ্বব্যাপী ১০০ কোটি উপাৰ্জন 

ৰঙিলী বাৰ্ত্তাসেৱা-  অভিনেতা কমল হাছানৰ ‘বিক্ৰম’য়ে মুক্তিৰ দুদিনৰ ভিতৰতে বিশ্বব্যাপী ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। ‘দশৱথাৰাম’ আৰু ‘বিশ্বৰূপম’ৰ পিছত হাচানৰ কেৰিয়াৰত বিশ্বব্যাপী ১০০ কোটিৰ সীমা অতিক্ৰম কৰা ই তৃতীয় খন ছবি হৈ পৰিছে। বিজয় সেতুপতি, ফাহাদ ফাচিল আৰু চুৰিয়াই অভিনয় কৰা ছবিখন লোকেশ কানাগাৰাজে পৰিচালনা কৰিছে।