অনৈতিক কাৰ্যত লিপ্ত সমাজসেৱক ভাগচান্দ জৈন

অনৈতিক কাৰ্যত লিপ্ত সমাজসেৱক ভাগচান্দ জৈন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত লজ্জাজনক কাণ্ড।প্ৰাপ্ত বাতৰিমতে আশ্ৰমত মহিলাৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত সমাজসেৱক ভাগচান্দ জৈনক হাতে-লোটে ধৰা পেলায় ৰাইজে। অমৃত ভোগ ভাণ্ডাৰাৰ মূল পৰিচালক ভাগচান্দ জৈন। পূৰ্বাঞ্চল বিহংগম যোগ প্ৰচাৰ কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা। কেন্দ্ৰৰ গোপন কক্ষত মহিলাৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত আছিল জৈন। আপত্তিজনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰি বান্ধি থয় জৈনক। অজ্ঞাত কাৰণত আৰক্ষীৰ পৰা লুকুৱাই ৰখা হ’ল সমগ্ৰ ঘটনা ।