অতি শীঘ্ৰেই বিজেপিলৈ যোগদান কৰিব আকৌ দুজন বিধায়কে

pc The Economic Times

অনলই বাৰ্ত্তাসেৱা – ১ আগষ্টৰ বিয়লি ৩ বজাত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান থাওৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাইয়ে। তাৰোপৰি, অতি শীঘ্ৰেই বিজেপিত যোগ দিব ভৱানীপুৰৰ AIUDF বিধায়ক ফণীধৰ তালুকদাৰেও।

(By Utpal Kalita)