অসম সাহিত্য সভাৰ বিনামূলীয়া চিকিৎসা শিৱিৰ

অসম সাহিত্য সভাৰ বিনামূলীয়া চিকিৎসা শিৱিৰ ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ উদ্যোগত ১০ আগষ্টত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতা আৰু আবৃত্তি প্ৰতিযোগিতাৰ Read more

মিৰ্জাত অৰ্ধ গলিত পুৰুষৰ মৃতদেহ উদ্ধাৰ

মিৰ্জাত অৰ্ধ গলিত পুৰুষৰ মৃতদেহ উদ্ধাৰ পলাশবাৰী আৰক্ষী থানা আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সমীপতে এই ঘটনা মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-পলাশবাৰী আৰক্ষী থানাৰ Read more

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয় ঘেৰাও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা, সোনোৱাল কছাৰী যুৱ পৰিষদ আৰু সদৌ অসম সোনোৱাল কছাৰী মহিলা পৰিষদে সোনোৱাল কছাৰী স্বাযত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুস্থিত নকৰি অসম চৰকাৰে এখনি অন্তবর্তীকালীন পৰিষদ গঠন কৰি অসমৰ সোনোৱাল কছাৰী জনাসাধাৰণৰ গণতান্ত্রিক অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে ক্ষোভ ব্যক্তিৰ কৰি ঘেৰাও কৰে পৰিষদৰ কাৰ্যালয়। উল্লেখযোগ্য যে ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈ যোৱা পৰিষদৰ দ্বিতীয়টো নিৰ্বাচিত পৰিষদখনৰ ৫টা বছৰ অতিক্ৰম কৰাৰ পিছত যোৱা ১১ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে কাৰ্যকাল সমাপ্ত হয়। আনহাতে কাৰ্যকাল ওৰ পৰাৰ পিছতো অসম চৰকাৰে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰি যোৱা ৯ ফেব্ৰুৱাৰী ২০১৪ তাৰিখে নিৰ্দেশনা নং E292711/464 ৰ যোগে ৬মাহ আৰু যোৱা ৬ আগষ্ট ২০২৪ তাৰিখে নিৰ্দেশনা E292711/544 ৰ যোগে পূৰ্বৰ নিৰ্বাচিত পৰিষদৰ সদস্য-সদস্যা সকলৰ কাৰ্যকাল পুনৰ ৬ মাহ বৃদ্ধি কৰি পৰিষদখন পৰিচালনা কৰিবলৈ দায়িত্ব অর্পন কৰে। কিন্তু কাৰ্যকাল বৃদ্ধি কৰিলেও যোৱা ১১ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে পৰিষদখন ভংগ হয় আৰু অচলাৱস্থাৰ সৃষ্টি হয়।সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ পূৰ্বৰ ২৬ টা সমষ্টিৰ পৰিবৰ্তে ৩২ টালৈ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত আৰু এই অজুহাততেই পৰিষদৰ নিৰ্বাচন পিছুৱাৰ অদ্ভুত যুক্তিৰে অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ যি অভিসন্ধি ইয়াক অসমৰ সৰ্বস্তৰৰ সকলো সোনোৱাল কছাৰী জনসাধাৰণ আৰু গণতান্ত্রিক চেতনাৰে উজ্জীৱীত ৰাইজে বিৰোধিতা কৰিছে। ই সোনোৱাল কছাৰী ৰাইজৰ গণতান্ত্রিক অধিকাৰ আৰু সাংবিধানিক অধিকাৰ কাঢ়ি নিয়াৰ গভীৰ চক্রান্ত বুলি ভাবিবলৈ বাধ্য হৈছে। সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা, সোনোৱাল কছাৰী যুৱ পৰিষদ, আৰু সদৌ অসম সোনোৱাল কছাৰী মহিলা পৰিষদে এই “পৰিষদ ঘেৰাও” গণতান্ত্ৰিক কাৰ্যসূচীৰ যোগেদি অনতিপলমে অন্তবর্তীকালীন পৰিষদখন ভংগ কৰি এক শুদ্ধ ভোটাৰ তালিকা প্ৰস্ততেৰে পৰিষদৰ নিৰ্বাচন অনুস্থিত কৰিবলৈ দাবী জনাইছে। অন্যথা ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসুচী ল’বলৈও বাধ্য হব বুলিও সংগঠন সমূহৰ তৰফৰ পৰা অসম চৰকাৰক সঁকিয়াই দিছে।

সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্বশাসিত Read more

ডিব্ৰুগড়ত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীলৈ চাইকেল ক্ৰয়ৰ আৰ্থিক সাহাৰ্য্য

ডিব্ৰুগড়ত আৰ্থিকভাৱে দুৰ্বল ছাত্ৰীলৈ চাইকেল ক্ৰয়ৰ আৰ্থিক সাহাৰ্য্য :: জিলা মহিলা সমিতিৰ গ্ৰন্থ অধ্যয়ন সম্পৰ্কীয় সজাগতা সভা এম হাছিম আলী, Read more

ডিব্ৰুগড়ত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ডিব্ৰুগড়ত ছাত্ৰ সন্থাৰ প্ৰতিবাদ: অবৈধ হিন্দু বাংলাদেশী নাগৰিক গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশনা প্ৰতিলিপি দাহ এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ন্যায়লয়ে অবৈধ Read more

Pc Wikipedia

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীক Read more

চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সুৰজিৎ একাডেমীৰ পুতলা নাচ পৰিৱেশন

চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে সুৰজিৎ একাডেমীৰ পুতলা নাচ পৰিৱেশন ৰঙিলী বাৰ্ত্তাসেৱা- পুতলা নাচ অসমৰ লোক সম্পদ। এই কলাক Read more

সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব প্ৰদান অবৈধ: অজাপ

সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব প্ৰদান অবৈধ: অজাপ ৰঙিলী বাৰ্ত্তাসেৱা- কা’ৰ অধীনত সন্দেহযুক্ত বাংলাদেশীক নাগৰিত্ব প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে চলোৱা প্ৰস্তুতিৰ তীব্ৰ Read more

আমচংত বনবিভাগৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন

আমচংত বনবিভাগৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ বনবিভাগৰ আমচং বন্যপ্ৰাণী ৰেঞ্জৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আমচং বনাঞ্চলৰ পাহাৰীয়া Read more