বংশৰত দুৰ্গাপূজাৰ প্ৰস্তুতি সম্পন্ন – বিশ্বজিৎ বৈশ্য

বংশৰত দুৰ্গাপূজাৰ প্ৰস্তুতি সম্পন্ন (প্ৰদৰ্শন কৰিব তিনিখনকৈ ব্যতিক্রমী নাট) বিশ্বজিৎ বৈশ্য বংশৰ(শুৱালকুছি) সদৌ বংশৰ সাৰ্বজনীন শাৰদীয় শ্রীশ্রী দুৰ্গাপূজা উদযাপন সমিতিৰ Read more

মহালয়াৰ পৰিৱেশ উচ্ছৃংখল কিয় ? – শতাব্দী শৰ্মা 

মহালয়াৰ পৰিৱেশ উচ্ছৃংখল কিয় ?  শতাব্দী শৰ্মা  আমোলাপট্ৰী, নগাঁও  জনা – বুজা হোৱাৰ পৰা মহালয়া বুলি সোনকালে উঠি এপাক ফুৰিবলৈ Read more

স্বৰ্ণলতা গোস্বামীলৈ আদ্য শ্ৰাদ্ধ উপলক্ষে শ্ৰদ্ধাঞ্জলি -অঞ্জু শাণ্ডিল্য

স্বৰ্ণলতা গোস্বামীলৈ আদ্য শ্ৰাদ্ধ উপলক্ষে শ্ৰদ্ধাঞ্জলি  অঞ্জু শাণ্ডিল্য ১৯৯০চন মানৰপৰা মানুহ গৰাকীক লগ পাই আহিছো ।আমাৰ সৰু পেহীৰ কনিষ্ঠ পুত্ৰ Read more

মহালয়াৰ তাৎপৰ্য – বন্দিতা শৰ্মা কন্দলি

মহালয়াৰ তাৎপৰ্য বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও আহিন মাহৰ শুক্লপক্ষৰ প্ৰথমা তিথিত পবিত্ৰ মহালয়া পালন কৰা হয়। মহালয়া হৈছে পিতৃ পক্ষ Read more

সত্য – অহিংসাৰ পথেৰে স্বাধীনতা – জ্যোতি খাটনিয়াৰ

সত্য – অহিংসাৰ পথেৰে স্বাধীনতা জ্যোতি খাটনিয়াৰ মানুহে মুক্তিৰ সপোন দেখে। পৰাধীনতাৰ গ্লানি কোনো সতৰ্ক , সচেতন আৰু বিবেকবান মানুহে Read more

Pc Clarity Eye Center

বেদনাৰ অশ্ৰু – পৰিস্মৃতা বৰা হাজৰিকা

অনুগল্প  বেদনাৰ অশ্ৰু পৰিস্মৃতা বৰা হাজৰিকা মাজুলী বাৰাণ্ডাতে বহি উচুপি আছে ৰমলা পেহীয়ে । আজি একমাত্ৰ পুত্ৰৰ জন্মদিন । বাৰে Read more

শাৰদীয় সাহিত্য – মুনিন্দ্ৰ বৈশ্য

শাৰদীয় সাহিত্য  মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি নীলিম আকাশ, নিৰ্মল মলয়া, চালে চকু ৰোৱা দিগন্ত ব্যাপ্ত সৌন্দৰ্য। প্ৰকৃতিৰ অনন্য সুন্দৰ ৰূপ। যেন Read more