BTC সচিবালয়ত সাধাৰণ ৰাইজৰ প্রৱেশ নিষিদ্ধ – BTC প্রধান সচিব পি. শান্তনু গোটমাৰ

pc-thesentinalassam

অনলাইন বাৰ্ত্তাসেৱা- আজিৰে পৰা BTC সচিবালয়ত সাধাৰণ ৰাইজৰ প্রৱেশ নিষিদ্ধ ঘোষণা। ১৬ ৰ পৰা ২৩ জুলাইলৈ সাধাৰণ ৰাইজৰ বাবে প্রৱেশ নিষিদ্ধ। সচিবালয়ৰ বিষয়া, কৰ্মচাৰীয়ে কোভিড ভেকচিন লোৱাটো বাধ্যতামূলক।কমেও এটা পালি ভেকচিন লোৱাসকলৰহে প্রৱেশৰ অনুমতি।ক’ভিড ভেকচিন নোলোৱা লোকে নাপাব জুলাই মাহৰ দৰমহা – BTCপ্রধান সচিব পি. শান্তনু গোটমাৰে জাৰি কৰে এই নিৰ্দেশ।