মাথোঁ প্ৰেম – হেৰম্ব নাথ 

Pc StockCake

মাথোঁ প্ৰেম

হেৰম্ব নাথ 

অধৰামৃত তোমাৰ মৰম
যেন তোমাৰ বাবেই মোৰ জনম
বুকুত প্ৰেমৰ সুজলা নৈ
থাকে বৈ।