ডিব্ৰুগড়ত ৰাজনু বড়া টি টুৱেন্টি ক্ৰিকেট ২০ মে’ৰ পৰা আৰম্ভ 

Pc NDTV Sports
ডিব্ৰুগড়ত ৰাজনু বড়া টি টুৱেন্টি ক্ৰিকেট ২০ মে’ৰ পৰা আৰম্ভ 
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ৰাজনু বড়া প্ৰাইজমানি টি টুৱেন্টি ক্ৰিকেট প্ৰতিযোগিতাখন জালান আউটডৰ ষ্টেডিয়ামত অহা ২০ মে’তাৰিখৰ পৰা অনুষ্ঠিত কৰা হব। নকআউট পদ্ধতিত অনুষ্ঠিত কৰিবলৈ লোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অহা ১৬ মে’ তাৰিখৰ ভিতৰত জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগৰ সম্পাদক আব্দুল ৰহমানৰ ( ৮৮৭৬০৩১৭৮৯) সৈতে ইচ্ছুক দল সমূহক আগতীয়াকৈ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা সমিতিয়ে।