বন্দীত্ব – শৈলেন কুমাৰ

Pc Medium

 অনুগল্প

বন্দীত্ব

 শৈলেন কুমাৰ, মিৰ্জা

তেখেত অসহায় অৱস্থাত আছে,দূৰ্ভগীয়া আৰ্তজনক সহায় কৰা উচিত,যেতিয়া সহায়ৰ হাত আগবঢ়োৱা গ’ল তেতিয়া সেই অসহায় জনে সহায়কাৰীজনৰ হাততে কামুৰিলে,মানে উপকাৰীক অজগৰে খায়,কিন্তু কথাটো তেনে নহয় আচল কথাটো হ’ল অন্ধকাৰে পোহৰৰ পৰা আঁতৰি থাকিব বিচাৰে ৷ কিন্তু আমাৰ প্ৰচেষ্টা জ্ঞানৰ পোহৰৰে মনৰ অন্ধকাৰ আৰু বন্দীত্বৰ পৰা অসহায়জনক মুক্ত কৰা ৷