অ’ মৰম- ফাগুনৰ
চন্দ্ৰনীল
অনিল চন্দ্ৰ বনিয়া
শ্বিলং, মেঘালয়
“অ’ মৰম
সময়ৰ বাট একেটাই,
যি বাটেৰে ৰঙা কলিজাত
ফুলে প্রতিদিনে বকুল খৰিকাজাঁই।
দুষ্ট ফাগুনৰ আগমন
সেই বাবেই হয়….
পছোৱাই পুৰণি গুচাই
নতুনক স্বাগতম জনাই।
ৰঙা ৰং সেয়েহে ৰঙা
কলিজাৰ সতে একেই জানা,,,?
