ফাগুন – বিশ্বজিৎ বৈশ্য

Pc Songbad Prokash

ফাগুন

বিশ্বজিৎ বৈশ্য
বংশৰ, শুৱালকুছি

গছে বনে,ফলে ফুলে ফাগুনৰ ৰং লাগিছে, ফাগুনৰ বতাহজাকে চুই গৈছে আমাৰ মন। চৌপাশে ডালভৰি ফুলিছে পলাশ, মদাৰ, শিমলু। আনফালে প্ৰকৃতিৰ প্ৰেমৰ বতৰা লৈ আহিছে ফাগুণে। সকলোৰে বাবে প্ৰিয় এই মতলীয়া ফাগুনৰ বা লাগিছে। ফাগুনক লৈ যেন সকলোৱে নিজৰ নিজৰ কথাৰে ক’ত সৃষ্টিৰ বৰষুণ। সেইবোৰ একো একোটা বিশেষ অঞ্চলৰ বিভিন্ন বাৰ্তাৰ সমাহাৰ। য’ত ফাগুন, পলাশৰ প্ৰকৃতিৰ ৰং বিলাই।