অণুগল্প
জলকীয়া
নীলোৎপল শইকীয়া
দুদিনীয়াকৈ পৰা উৎসৱৰ বাবে বৰ অসুবিধা হয়…
কোনদিনানো কি হ’ব তং কৰিবই নোৱাৰি,
এইবাৰ আকৌ দিনটো খোকোজা নলগাকৈ গম পোৱা গ’ল..
নহ’লে আকৌ নিচিনা আবিৰ চকুমুখত পৰিলে চেৰেককৈ পোৰনি এটা আৰম্ভণি হয়যে…