ভাষণ – যমুনা দুলু বৈশ্য

Pc New Horizon Educational Institution

অণুগল্প

ভাষণ

যমুনা দুলু বৈশ্য,শুৱালকুছি

সাম্প্ৰতিক সময়ৰ লগত খাপখোৱাকৈ সুন্দৰ আৰু স্পষ্টভাৱে কোৱাত শুনি আপ্লুত হ’লো –নহয়নে–? বিকাশ

শিক্ষক জনে ছাত্ৰ-ছাত্ৰীক চাই আকৌ কবলৈ ধৰিলে—– আমি শিক্ষা দিয়া প্ৰজন্মটো মানবীয় অনুভূতিৰে যদিহে সংস্কাৰী কৰিব নোৱাৰো ভবিষ্যত এটা পংগু প্ৰজন্মলৈ পৰিবৰ্তন হব ৷