আশা – ৰাজলক্ষ্মী বৰঠাকুৰ

Pc Hope Grows

স্তৱক

আশা

ৰাজলক্ষ্মী বৰঠাকুৰ

আশাই মানুহৰ জীয়াই থকাৰ প্ৰেৰণা
মনত আশা থাকিলে সৰু এটা পোহৰেও
জীৱন বাটত আগবাঢ়ি যোৱাত সহায় কৰে ।