অণুগল্প
হিংসাৰ বিষ
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
গৃহৰ কোলাহল মুহূৰ্ততে হাহাকাৰত পৰিণত হ’ল। সৰু বোৱাৰীৰ আদৰ- যত্নত জ্বলি উঠা ডাঙৰ বোৱাৰীয়ে পুৱাতেই হাঁহিৰ আৱৰণ পিন্ধি এগিলাচ ফলৰ ৰস আগবঢ়াই দিছিল — অন্তৰৰ সমস্ত হিংসাৰ বিষ ঢালি।
অণুগল্প
হিংসাৰ বিষ
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি