প্ৰাপ্তিৰ এপলক
প্ৰভাত বণিয়া
দিন প্ৰতিদিন
পথ ধূলি ধূলিয়ৰি
সঘন আহযাহ
জীৱনৰ ‘কাংক্ষিত সপোন
বুটলি বুটলি
ঘৰমুৱা মানুহবোৰৰ
হেৰাই পোৱা উশাহঁত
থমকি ৰয় বেলি,
আকাশ,জোন-তৰা
সপোনবোৰ পোষা মেলে
কেনভাচত বন্দী হৈ ৰয়
সজল এখনি মুখ
সজল এজুৰি চকু ।
প্ৰাপ্তিৰ এপলক
প্ৰভাত বণিয়া
দিন প্ৰতিদিন
পথ ধূলি ধূলিয়ৰি
সঘন আহযাহ
জীৱনৰ ‘কাংক্ষিত সপোন
বুটলি বুটলি
ঘৰমুৱা মানুহবোৰৰ
হেৰাই পোৱা উশাহঁত
থমকি ৰয় বেলি,
আকাশ,জোন-তৰা
সপোনবোৰ পোষা মেলে
কেনভাচত বন্দী হৈ ৰয়
সজল এখনি মুখ
সজল এজুৰি চকু ।