টকিঅ’ অলিম্পিকত ভাৰতৰ স্বৰ্ণ পদক জয়

pc Times of India

টকিঅ’ অলিম্পিকত ভাৰতৰ স্বৰ্ণ পদক জয়

অনলাইন বাৰ্ত্তাসেৱা – জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা অলিম্পিকত এথলেটিকছত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ২৩ বছৰীয়া যুৱকজনে টকিঅ’ অলিম্পিকত ৮৭.৫৮ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে জেভলিন থ্ৰোৰ ফাইনেলত বিজয়ী হৈছিল। নীৰজৰ এই স্বৰ্ণ জয় ১৯০০ চনৰ গেমছৰ পৰা এতিয়ালৈ এথলেটিকছত ভাৰতৰ প্ৰথম অলিম্পিক পদক, য’ত নৰমান গিলবাৰ্ট প্ৰিচাৰ্ডে দুটা ৰূপৰ পদক (২০০ মিটাৰ আৰু ২০০ মিটাৰ হৰ্ডলছ) জিকিছিল।

(UD.)