অণু গল্প
সংসাৰ
আয়শা ছিদ্দিকা(আছৰি)
বাংলিপাৰা, বৰপেটা
বাপাই কান্দি আছে ভোকত।
কি কৰিম এতিয়া…
“সেলাইনটো শেষ হ’ব দিয়া মই ব্যবস্থা কৰি আছো”
হস্পিতালৰ বিছনাত শুই থকা দেউতাকে উত্তৰ দিলে।
অণু গল্প
সংসাৰ
আয়শা ছিদ্দিকা(আছৰি)
বাংলিপাৰা, বৰপেটা
বাপাই কান্দি আছে ভোকত।
কি কৰিম এতিয়া…
“সেলাইনটো শেষ হ’ব দিয়া মই ব্যবস্থা কৰি আছো”
হস্পিতালৰ বিছনাত শুই থকা দেউতাকে উত্তৰ দিলে।