ছবিগৃহত ‘3D’ ত মুক্তি লাভ হ’ব অক্ষয় কুমাৰৰ বহু চৰ্চিত ছবি ‘বেল বটম’

pc SpotboyE

অনলাইন বাৰ্ত্তাসেৱা – এই ছবিখনৰ বিতৰক আৰু পেন ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাপক জয়ন্তীলাল গাদাই নিশ্চিত কৰিছে যে অক্ষয় কুমাৰৰ আহিবলগীয়া থ্ৰিলাৰ ছবিখন ‘বেল বটম’ 3Dত ছবিগৃহত মুক্তি পাব। “বেল বটম কেৱল ‘3D’হিচাপে নিৰ্মাণ কৰা হৈছিল আৰু ই ছবিখনক স্বকীয়তা আৰু নতুন দৃষ্টিভংগী প্ৰদান কৰিব। “ইয়াক 3Dত বিস্ময়জনক যেন লগা হৈছে,” তেওঁ লগতে কয়। এইখন চলচ্চিত্ৰৰ মুক্তি পিছুৱাই দিয়া হয়।

(UD.)