অনুগল্প
স্নেহ বন্ধন
আৰতী কলিতা ডেকা,হেঙৰাবাৰী
বৰ নিমাওমাও লাগিছে মিকি নহয় নে ? কি যে পাপ কৰিছিলো আমি এই বৃদ্ধ অৱস্থাত দুইজনে এই প্ৰকাণ্ড অট্টালিকাটোত ! লগত মাথোসহায়িকা দুজন । চাৰিজন সন্তান থাকিও আমি এতিয়া নিসন্তান আটায়ে বাহিৰত চাকৰি কৰি ঘৰ সংসাৰ পাতিলে । ক’ৰবাত কিবা ভুল হ’ল চাগে অট্টালিকাৰ নামটো বাৰু কি হোৱা উচিত আছিল। মিকী তুমি নামাতা কিয় !!