পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে আপ অসমে

পঞ্চায়ত নিৰ্বাচনলৈ টঙালি বান্ধিছে আপ অসমে
ভিক্টৰ গগৈক ৰাজ্যিক ইলেকচন ইনচাৰ্জৰ দ্বায়িত্ব

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন, ২০২৫ ৰ বাবে দলীয় নিৰ্বাচনী কাৰ্যকলাপ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ আম আদমি পাৰ্টী অসমৰ ৰাজ্যিক সম্পাদক (প্ৰশাসন) ভিক্টৰ গগৈক ৰাজ্যিক পঞ্চায়ত নিৰ্বাচন তত্ত্বাৱধায়ক হিচাপে অতিৰিক্ত দ্বায়িত্ব প্ৰদান কৰা হৈছে।পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কৰিব পাৰিব অনলাইন আবেদনঃ www.AapAssam.in/gp