পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ৰাজ্যক জোকাৰি গ’ল ভূমিকম্পই। পুৱা ১১ বাজি ৩৩ মিনিটত অনুভূত হয় এই জোকাৰণি। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুভূত হৈছে জোকাৰণি। কেইবা ছেকেণ্ড ধৰি অনুভূত হয় এই জোকাৰণি। অৱশ্যে এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ অহা নাই।