স্তৱক – ছেলিমা বেগম

স্তৱক 

ছেলিমা বেগম , নগাঁও
পাখি লগা মন মোৰ উৰে
ফাগুনৰ লঠঙা ডালত,
বলিয়া মন মোৰ মুগ্ধ হৈ পৰে
ফাগুনৰ সৌন্দৰ্য্যৰ মাজত
উফ্ঃ ফাগুন তোৰ প্ৰশংসা!