মৰম
নীলোৎপল শইকীয়া, নগাঁও
“ এই লাহেকৈ…আৰামত”…
অকণমান কোণীয়াকৈ,বেছি লৰচৰ কৰা অযুগুত…
“ইয়ে…অলপ বেকা হ’ল..”
“একো নহয়,লাহে ধীৰে…”
এই হওঁ…এই হওঁ…হ’ল অৱশেষত….
“সচাই,কণমানিজনীৰ নখকেইটা কটাও বৰ যতনৰ কাম কিন্তু..”
এটি মিঠা হাঁহিৰে সুবাসিত হ’ল…
মৰম
নীলোৎপল শইকীয়া, নগাঁও
“ এই লাহেকৈ…আৰামত”…
অকণমান কোণীয়াকৈ,বেছি লৰচৰ কৰা অযুগুত…
“ইয়ে…অলপ বেকা হ’ল..”
“একো নহয়,লাহে ধীৰে…”
এই হওঁ…এই হওঁ…হ’ল অৱশেষত….
“সচাই,কণমানিজনীৰ নখকেইটা কটাও বৰ যতনৰ কাম কিন্তু..”
এটি মিঠা হাঁহিৰে সুবাসিত হ’ল…