তেজৰ সম্পৰ্ক
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
:বক্সিং শিকোৱা গুৰুজনৰ প্ৰতি তাৰ যেন এক অন্য অনুভূতি জাগি উঠে। বৰ আপোন লাগে, বহুত আগৰ পৰাই চিনি পোৱা যেন লাগে।
সন্ধিয়া চাহ খাই থাকোতে সৰু ল’ৰাজনৰ কথা শুনি কল্পনাই মাথো হুমুনিয়া কাহিলে।
এৰা,,,
নালাগিব কিয়? তেজৰ সম্পৰ্কৰ সুগন্ধি যে এনেকুৱাই।।