ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সংগঠন পৰ্ব কাৰ্যসূচীৰ পৰ্যালোচনা
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সংগঠন পৰ্ব কাৰ্যসূচীৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্য কালি ৰাজ্যিক ভিত্তিত এক সাংগঠনিক কৰ্মশালা অনুষ্ঠিত হয়।উক্ত কৰ্মশালাত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ লগতে সন্মানীয় মন্ত্ৰী, বিধায়ক, সাংসদসকলৰ লগতে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে।