দুখৰ জোৱাৰ – হীৰক কলিতা November 1, 2024November 18, 2024 Rongili Barta দুখৰ জোৱাৰ হীৰক কলিতা , নলবাৰী বাটবোৰত কাঁইটে বিন্ধিছে আশাবোৰ কুঁৱলীত হেৰাইছে নেদেখা নদীৰ সিপাৰে বিষাদৰ নৈ খন বৈ আছে ইপাৰে যেন হৃদয়ৰ পাৰে পাৰে দুখৰ জোৱাৰ উঠিছে…।