ভিন্নাদৰ্শ – সংগীতা ডেকা

PC - Freepik

ভিন্নাদৰ্শ

সংগীতা ডেকা , ৰঙিয়া

শব্দেৰে কেতিয়াও প্ৰকাশ নকৰে । কিন্তু চাৰি চকুৰ মাজত এক বুজাব নোৱাৰা তীব্ৰ বান্ধোন । বাহ্যিকত আকৌ , কেৱল অভিমান হে…..!

“ৰাজনন্দিনী” নে ৰাজ আৰু নন্দিনী কোনেও ধৰিবই নোৱাৰে ।