নিৰুত্তৰ – ধীৰেন্দ্ৰ কুমাৰ নাথ

PC - Freepik

অণুগল্প

নিৰুত্তৰ

ধীৰেন্দ্ৰ কুমাৰ নাথ,আগিয়া

“মা,মামাহঁতৰ ঘৰৰপৰা এতিয়াও আহি নাপায় নে দেউতা? বানপানী চোতাল পালেহি;ঘৰতো সোমাই নেকি মা?”

” আহি পাবহি।”—–যোৱাটো বানত মোমায়েকৰ ঘৰৰপৰা আহোতে সি উটি গ’ল গৈ। কেনেকৈ কয় কণমানি ল’ৰাটোক!