মুক্তি – সুশীল গগৈ

মুক্তি

সুশীল গগৈ
নকছাৰি,যোৰহাট

বাৰে বাৰে বিফল হোৱা মনালিছা অৱশেষত সাত বছৰৰ মূৰত মাক হ’ল। এতিয়াৰ পৰা স্বামী অনিৰ্বাণ আৰু শাহুয়েক মন্দাকিনীয়ে চলোৱা একথ্য যন্ত্ৰণাৰ পৰা তাই মুক্ত হল। ডা: অৰুণাভে অনিৰ্বাণৰ হাতত সন্তানটি তুলি দি ক’লে- এজনকহে বচাব পাৰিলোঁ।