মই যেতিয়া সাৰে নাছিলো – ডিম্বেশ্বৰ শৰণীয়া

Pc The Indian Express

মই যেতিয়া সাৰে নাছিলো

ডিম্বেশ্বৰ শৰণীয়া
       বৰমা, বাক্সা
 
মই যেতিয়া সাৰে নাছিলো
মানুহবোৰে জুম বান্ধিছিল
ইটোৱে সিটোৰ কাণে কাণে
ফুচফুচাইচিল
জানোছা মোৰ টোপনি ভাঙে
আচলতে মই কোনোদিনে
সাৰ নাপাবলৈ মুদা চকুযুঁৰি
দেখি মানুহবোৰে বিশ্বাস
হেৰুৱাইছিল।