বন্দী সঁজাৰ পক্ষী – প্ৰাণ প্ৰতিমা বড়া

অণুগল্প
বন্দী সঁজাৰ পক্ষী
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
মাক-দেউতাকৰ একমাত্ৰ পৰীজনী  সকলো গুণৰে অধিকাৰী আছিল ৷ প্ৰতিভাশালী মানসিকতাত গঢ় লৈ উঠা পৰীজনী সেন্দূৰ পিন্ধি আনৰ ঘৰৰ বোৱাৰী হ’বৰেপৰা মুক্ত মনৰ পৰীজনী এতিয়া বন্দী সঁজাৰ পক্ষী ৷