মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি

মহানগৰীৰ স্কুল বাছত ব্যাপক বিসংগতি

ৰঙিলী বাৰ্ত্তাসেৱা- স্কুল বাছত ব্যাপক বিসংগতি ধৰা পেলালে পৰিবহণ বিভাগে। মহানগৰীত এনফোৰ্ছমেণ্ট বিভাগে কেবাখনো স্কুল বাছত অভিযান চলাই ধৰা পেলায় বিসংগতি। অভিযানত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ ৩ খনকৈ বাহন জব্দ কৰে অভিযানকাৰী দলটোৱে। জানিব পৰা মতে, স্কুল বাছসমূহত ছাত্রীসকলৰ বাবে যিখিনি সা-সুবিধা থাকিব লাগিছিল, জব্দকৃত এই বাহন সমূহত সেইসমূহ উপলব্ধ নাছিল।