কেৰিয়াৰ কেৰিয়াৰ – ড° বুলজিৎ বুঢ়াগোহাঁই,

PC - Digital Vidya

কেৰিয়াৰ কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই, আজাৰা

কেৰিয়াৰ কেৰিয়াৰ…
এইয়া নহয় চাইকেলৰ কেৰিয়াৰ,
ভাইটি ঐ, ভনীটি ঐ
এইয়া যে তোমালোকৰ জীৱনৰ কেৰিয়াৰ ।
ভাইটিৰ মেট্রিকৰ  ৰিজাল্ট দিছে
ভনীটিৰ হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট দিছে,
ক’ত পঢ়িম, কি পঢ়িম  উগুল থুগুল লাগিছে
কাৰ পৰা পৰামৰ্শ গ্রহণ কৰিম মনতে ভাবিছে ।
ভাইটি ঐ, ভনীটি ঐ  নকৰিবা চিন্তা
আছে নহয় কেৰিয়াৰ পৰামৰ্শদাতা,
শনিবাৰে সন্ধিয়া ৬টা পৰা ৯টালৈ ৯৪৩৫১৮৮৬৩০লৈ ফোন কৰা
কেৰিয়াৰ বিষয়ে ড° বুলজিৎ বুঢ়াগোহাঁইৰ পৰা পৰামৰ্শ গ্রহণ কৰা ।
ভনীটি ঐ ভনীটি ঐ  পাৰ হৈ যোৱা জীৱনৰ বেৰিয়াৰ ,
ভনীটি ঐ ভনীটি ঐ  গঢ়ি তোলা জীৱনৰ কেৰিয়াৰ।